অসম

বালিপৰাত বানৰ বিভীষিকা

প্ৰথম খবৰ, বালিপৰা: শোণিতপুৰৰ বালিপৰাৰ বিভিন্ন প্ৰান্তত বানৰ বিভীষিকা। জৰাসৰ নৈৰ পানীয়ে উটুৱাই নিলে টুবুকীঝাৰ -খনামুখ সংযোগী পথৰ কালভাৰ্ট। জলবন্দী প্ৰায় ১৮ খন গাঁৱৰ জনতা । আনফালে, বালিপৰাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেদি পানী পাৰ হোৱাত ৰাইজে যাতায়তৰ বাবে বিকল্প পথেদি যাত্ৰা কৰিবলগীয়াত পৰিছে। বৰ্তমান বানপীড়িত ৰাইজে কলৰ ভুৰ ব্যৱহাৰ কৰি যাতায়াত কৰিবলগীয়াত পৰিছে।

Related Articles

Leave a Reply

Close