অসম

বৰপেটাত আমছুৰ প্ৰতিবাদ

প্ৰথম খবৰ, বৰপেটা: বৰপেটাৰ আলোপতি থানাৰ সন্মুখত মানৱ শৃংখলেৰে আমছুৰ প্ৰতিবাদ। গোৱালপাৰাৰ খাৰবোজাত গুলিচালনাৰ ঘটনাত জড়িত আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আৰু নিহত ইয়াকুব আলীৰ পৰিয়ালক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবীত আমছুৰ এই মানৱ শৃংখল।

Related Articles

Leave a Reply

Close