অসম
ভটিয়াপাৰত যুৱক সন্ধানহীন

প্ৰথম খবৰ, গৌৰীসাগৰ: শিৱসাগৰ জিলাৰ ভটিয়াপাৰ ভাটীবনগাঁৱৰ দীপন দাস নাম ২২ বছৰীয়া যুৱকজন অজি পুৱা ৯.৩০ বজাত নিজা ঘৰৰ পৰা নিজৰ কৰ্ম অভিমুখে অহা অৱস্থাত বাঢ়নী পানীয়ে উটুৱাই লৈ যায়। বতৰ্মানেও সন্ধানহীন যুৱকজন।