অসম

ভূৰাগাওঁৰ বান আশ্ৰয় শিবিৰত এজনৰ আত্মহত্যা

প্ৰথম খবৰ, লাহৰীঘাট: আজি নিশা ভূৰাগাঁৱৰ বান আশ্ৰয় শিবিৰত এজন লোকে আত্মহত্যা কৰে। লোকজনৰ নাম কুশল নাথ (৪৫)। বান গড়াখহনীয়াত সমস্ত হেৰুৱাই এই পথ বাচি লোৱা বুলি পৰিয়ালৰ লগতে স্থানীয় একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে।

Related Articles

Leave a Reply

Close