অসম

মাজবাটত বজ্ৰপাতত এজনৰ মৃত্যু

প্ৰথম খবৰ, মাজবাট: ওদালগুৰি জিলাৰ মাজবাট থানাৰ অন্তৰ্গত বটাবাৰী গাঁৱত বজ্ৰপাত পৰি যোগেন ৰাভা (৪৮) নামৰ এজন লোকৰ মৃত্যু ঘটে। এনে ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলায়।

খবৰমতে যোগেন ৰাভাই নিজ পথাৰত কৰ্মৰত অৱস্থাত বজ্ৰপাতত থিতাতে মৃত্যুক আঁকোৱালি লয়। যোগেন ৰাভা বটাবাৰী গাঁৱৰ প্ৰয়াত মোহন ৰাভাৰ পুত্ৰ।

Related Articles

Leave a Reply

Close