অসম

লক্ষীমপুৰৰ পদুমনিত ৰেলৰ খুন্দাত হাতীৰ মৃত্যু

প্ৰথম,খবৰ গোগামুখ: যোৱা নিশা প্ৰায় ৯ বজাত সংঘটিত এক দূৰ্ঘটনাত লখিমপুৰ জিলাৰ পদুমনি সংৰক্ষিত বনাঞ্চলত এটা মখনা হাতীৰ মৃত্যু হয় ৷ ধেমাজিৰ পৰা নামনিমূৱা NBQ-BCN/MTS ৰেল খনৰ খুন্দাত হাতীটোৰ কৰুণ মৃত্যু হয় ৷ ৰেল বিভাগৰ সূত্ৰই সদৰি কৰা মতে নিশা ৮-২০ বজাত সংঘটিত দূৰ্ঘটনাটোত কথমপি ৰক্ষা পৰে ৰেল খন ৷ বন বিভাগৰ লোকে হাতীটোৰ মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷

Related Articles

Leave a Reply

Close