অসম

লাংটিঙৰ পৰা উদ্ধাৰ অবৈধ অস্ত্ৰ

প্ৰথম খবৰ, হাফলং:ডিমা হাছাও আৰক্ষীয়ে গেৰেছোৰ ওচৰৰ ঝুম বজাৰত এজন লোকৰ পৰা জব্দ কৰে দুটা এ কে ৪৭ ৰাইফল, এটা চাইনিজ হেণ্ড গ্ৰণেট। লোকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে জনোৱামতে বিগত কিছুদিন ধৰি হাতীখালি আৰু লাংটিঙৰ অঞ্চলত কেইবাটাও দকাইতি কাণ্ড সংঘটিত হৈছে। আৰক্ষীয়ে আগলৈও অবৈধ অস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব বুলি প্ৰকাশ কৰে।

Related Articles

Leave a Reply

Close