অসমশীৰ্ষ

লাহৰীঘাটত ছিগিল মথাউৰী : ৪০ খনতকৈও অধিক গাঁও জলমগ্ন

প্ৰথম খবৰ,মৈৰাবাৰী/লাহৰীঘাট: মৰিগাও জিলাৰ লাহৰীঘাট ৰাজহ চক্ৰৰ অধীনস্থ কাঠনীৰ মথাউৰীটো যোৱা নিশা অনুমানিক ১১ টা মান বজাত ছিগি ৰাজহ চক্ৰটোৰ ৪০ খনতকৈও অধিক গাও জলমগ্ন কৰি তোলে। প্ৰায় ৯০% মথাউৰী ব্ৰক্ষ্মপুত্ৰৰ গৰাখহনীয়াই খহাই নিয়াৰ পিছত আজি বাকী অংশ বাঢ়নী পানীয়ে ছিগি লৈ যায়। অৱশ্যে জিলা প্ৰশাসনে মথাউৰীটো ছিগাৰ উমান পাই দিনৰ ভাগতে ছাইৰেন বজাই ৰাইজক উক্ত ঠাইৰ পৰা আতৰি নিৰাপদ স্থানলৈ যোৱাৰ নিৰ্দেশ দিছিল।

Related Articles

Leave a Reply

Close