অসম

লোকসেৱা আয়োগৰ পৰীক্ষা সুকলমে সম্পন্ন

প্ৰথম খবৰ,শিৱসাগৰ : আজি অনুষ্ঠিত হোৱা লোকসেৱা আয়োগৰ পৰীক্ষাত কোনো ধৰণৰ উশৃংখল পৰিবেশ সৃষ্টি হোৱা নাই শিৱসাগৰত । এক শান্তি শৃংখলতাৰ মাজত সুন্দৰকৈ সমাপ্ত হল লোকসেৱা পৰীক্ষা । আজি শিৱসাগৰত অনুষ্ঠিত হোৱা পৰীক্ষা কেন্দ্ৰ কেইটাত অংশগ্ৰহণ কৰা পৰীক্ষাৰ্থী সমুহ আছিল এনেধৰণৰ , ফুলেশ্বৰী উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ত মূঠ ৩৭২ গৰাকী পৰীক্ষৰ্থী ভিতৰত ২২৯ জনে , শিৱসাগৰ চৰকাৰী বহুমূখী উচ্চত্বৰ মাধ্যমিকত মূঠ ৩৮৭ গৰাকীৰ ভিতৰত ২৬১ গৰাকীয়ে , শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত মূঠ ৪০২ গৰাকীৰ ভিতৰত ২৭৬ গৰাকীয়ে , শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত মূঠ ৪২৮ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ২৬৮ গৰাকী পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিলে । উল্লেখ্য যে ইয়াৰ কেইগৰাকীমান পৰীক্ষাৰ্থীক মহাৰাষ্টৰ হাইকৰ্টে মহাৰাষ্ট্ৰৰ শিক্ষা বৰ্ডক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ ক্ষেত্ৰত গণিত বিষয়টো বাধ্যতামূলক নকৰিবলৈ দিয়া পৰামৰ্শৰ সপক্ষেহে বেছিসংখ্যকে যুক্তি দাঙি ধৰি কয় ক লা শাখাত পঢ়িবলৈ সৰুৰে পৰা যি সকলে ইচ্ছা কৰে সেই সকলৰ বাবে গণিত বিষয়টো মূল বিষয় হিচাপে নাৰাখিলে ছাত্ৰ বা ছাত্ৰী গৰাকীয়ে গোটেই জীৱনটো গঢ়াৰ ক্ষেত্ৰত গণিত বিষয়টোৱে হেঙাৰ হৈ নপৰিব। গণিত বিষয়টো বাধ্যতামূলক হলে হইতো সেই গৰাকী ছাত্ৰ বা ছাত্ৰীৰ জীৱনৰ বাবে গণিতেই হেঙাৰ ৰূপে থিয় দিব । তাৰে দুই এজনে সম্প্ৰতি এই প্ৰতিযোগিতা মূলক পৰিবেশত গণিত নজনা ছাত্ৰ বা ছাত্ৰী গৰাকীয়ে জীৱনটো আগুৱাই নিয়াটো বৰ কঠিনতা সন্মুখীন হব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে ।

Related Articles

Leave a Reply

Close