অসম

স্বৰগম সাংস্কৃতিক গোষ্ঠীয়ে অনুষ্ঠিত কৰিলে সংগীতৰ সমলয় অনুষ্ঠান

প্ৰথম খবৰ, শিৱসাগৰ: অসমৰ প্ৰলংকাৰী বানত ক্ষতিহোৱা লোকসকলক সহায়ৰ হাত আগবঢ়ালৈ শিৱসাগৰৰ আগশাৰী সাংস্কৃতিক অনুষ্ঠান স্বৰগম সাংস্কৃতিক গোষ্ঠীয়ে আজিৰ পৰা দিখৌপৰীয়া সন্মিলিত যুৱ সংঘৰ সহযোগত সংগীত সমলয় অনুষ্ঠান অনুষ্ঠিত কৰিছে। আজি সন্ধ্যা ৭.৩০ মান বজাৰ পৰা এই কাৰ্য্যসূচী ৰূপায়ণ কৰে শিৱসাগৰৰ দ’লমুখ চাৰিআলিস্থিত খেমক ভূপেন হাজৰিকা স্মৃতি সৌধৰ তলত। উক্ত অনুষ্ঠানত গায়ক জিতুমনি, ৰঞ্জিত দাসকে ধৰি বহুকেইজন কন্ঠশিল্পীয়ে সাংস্কৃতিক কাৰ্যসূচীত কণ্ঠদান কৰে।

Related Articles

Leave a Reply

Close