অসম

সৰভোগত কবি সন্মিলন

প্ৰথম খবৰ, সৰভোগঃ আজি সৰভোগৰ গান্ধীভৱনত ৰাতিপুৱা ১০ বজাৰ পৰা “কথা” ৰ উদ্যোগত “নিদাঘৰ কাব্যালাপ” শীৰ্ষক এটি কবিতাৰ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

সন্মিলনখনত বিভিন্ন অঞ্চলৰ শতাধিক কবিয়ে উপস্থিত থাকি কবিতা পাঠ কৰে আৰু কবিতা সম্পৰ্কীয় বাৰ্তালাপ কৰে।
অনুষ্ঠানটিৰ আঁত ধৰে সৰভোগৰ বিশিষ্ট কবি ৰুবুল দাস, জিয়াউল ইছলাম, ৰাহুলদেব দাস আৰু উদীয়মান কবি নিৰুপজ্যোতি বৰুৱাই।
উক্ত অনুষ্ঠানত অনুপ কুমাৰ পাটোৱাৰী, ধীমান বৰ্মন, দিগন্ত নিবিড়, অৰূপ কুমাৰ দাস, কপিল দাস, মানস ৰঞ্জন, উদয়ন নাথ, প্ৰীতিষা গোস্বামীৰ দৰে কবিৰ উপস্থিতিয়ে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

Related Articles

Leave a Reply

Close