অসম

হাফলঙত সম্বৰ্ধনা অনুষ্ঠান

প্ৰথম খবৰ,হাফলং: আজি হাফলঙৰ ডিমাচা টাউন সমূহীয়া প্ৰেক্ষাগৃহত এক সম্বৰ্ধনা অনুষ্ঠান অনুস্থিত হৈ যায় ৷ উক্ত অনুষ্ঠানত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ডিমাচা সমাজৰ পৰা সৰ্বোচ্চ নম্বৰ পাই উত্তীৰ্ণ হোৱা চাৰিগৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক জয়ভদ্ৰ হাগজেৰ আৰু নিৰুপমা হাগজেৰ ট্ৰাষ্টৰ ফালৰ পৰা বঁটা প্ৰদান কৰা হয় ৷

Related Articles

Leave a Reply

Close