অসম

ৰূপহীহাটত বাইকসহ দুই চোৰ ধৃত

প্ৰথম খবৰ,ৰূপহীহাট: ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত ছাইদৰীয়াৰ পৰা ৰূপহীহাট আৰক্ষীযে যোৱানিশা অভিযান চলাই এটা বাইকসহ দুই চোৰক আটক কৰিবলৈ সক্ষম হয় ৷অলপতে ৰাঙুলু বজাৰৰ পৰা এ এছ, ০২ এইছ ৬১৪৭ নম্বৰৰ বাইখন চুৰি হৈছিল ৷ ৰূপহীহাট আৰক্ষীযে লংকাৰ জয়নাল উদ্দিন আৰু পূৱ ছাইদৰীয়াৰ ৰিংকু আহমেদক বাইকসহ আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷

Related Articles

Leave a Reply

Close