অসম

বজালীৰ ভৱানীপুৰ শুকমানাত অঘটন

প্ৰথম খবৰ, বজালী: বজালীৰ ভৱানীপুৰ শুকমানাত অঘটন। পল্লা নৈ গা ধুবলৈ গৈ নিৰুদ্দেশ এগৰাকী ৭ বছৰীয়া কিশোৰ। কিশোৰজনৰ নাম শ্বাহ আলম। ঘৰ কামৰূপ জিলাৰ গোৰেমাৰী পথাৰত। গৰম বন্ধত মোমায়েকৰ ঘৰত ফুৰিব আহিছিল। SDRF ৰ দলে চলাইছে উদ্ধাৰ কাৰ্য্য।

Related Articles

Leave a Reply

Close