অসম

লখিমপুৰৰ ঢকুৱাখনাত হৃদয়বিদাৰক ঘটনা

প্ৰথম খবৰ, ঢকুৱাখনা: এইবাৰ পুত্ৰ-কন্যাৰ মৃত্যুৰ পিছত আত্মহত্যা কৰিলে এজন পিতৃয়ে। আত্মহত্যা কৰা লোকজনৰ নাম পৰেশ বৰুৱা। মঙলবাৰে সলিল সমাধি হৈছিল পুত্ৰ-কন্যাৰ। গৰু আনিবলৈ গৈ পুখুৰীত পৰি মৃত্যু হৈছিল পুত্ৰ-কন্যা ঋতুপৰ্ণা বৰুৱা আৰু পলাশ বৰুৱাৰ।

Related Articles

Leave a Reply

Close