অসম

এন ডি এফ বিৰ জোৱান গ্ৰেপ্তাৰ

প্ৰথম খবৰ, কোকৰাঝাৰ: কোকৰাঝাৰ জিলাৰ বিশমূৰীৰ দহলাপাৰাত আজি এন ডি এফ বি সংবিজিত গোটৰ এক দুধৰ্ষ সদস্যক নাইন এম এম পিস্তলৰ সৈতে গ্ৰেপ্তাৰ কৰে আৰক্ষী সেনাবাহিনীয়ে ৷ আজি ৰাতিপুৱা ৭ বজাত এক গোপন সূত্ৰৰ পমখেদি আৰক্ষী-সেনাবাহিনীয়ে গ্ৰেপ্তাৰ কৰা এন ডি এফ বি সদস্যজনক দেৰহাছাৎ বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে।

Related Articles

Leave a Reply

Close