অসম

মৰিগাঁৱৰ ভাৰতীয় জনতা পাৰ্টীৰ কপিলি মণ্ডলৰ ১০ নং ৱাৰ্ডত মোদীৰ মন কি বাত অনুষ্ঠান উপভোগ

প্ৰথম খবৰ, বাৰপূজীয়া: মৰিগাঁও জিলাৰ মিকিৰগাঁও পঞ্চায়তৰ অন্তৰ্গত ১০ নং ৱাৰ্ডৰ ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আকাশবাণী যোগে সম্প্ৰচাৰ হোৱা মন কি বাত অনুষ্ঠান উপভোগ কৰে। ৱাৰ্ডটোৰ পুৰুষ-মহিলা সকলোৱে এই অনুষ্ঠান উপভোগ কৰি যথেষ্ট সুখি অনুভৱ কৰে। লগতে ভাৰতীয় জনতা পাৰ্টীৰ কপিলি মণ্ডলৰ যুৱ নেতা অৰূপ কুমাৰ দাসৰ লগতে আৰু বহুকেইজন দলীয় কৰ্মী এই অনুষ্ঠানত উপস্থিত থাকে।

Related Articles

1 thought on “মৰিগাঁৱৰ ভাৰতীয় জনতা পাৰ্টীৰ কপিলি মণ্ডলৰ ১০ নং ৱাৰ্ডত মোদীৰ মন কি বাত অনুষ্ঠান উপভোগ”

Leave a Reply

Close