অসম

পল্লৱ লোচনৰ বিৰুদ্ধে বিজনীত প্ৰতিবাদ

প্ৰথম খবৰ, বিজনী: বিদ্যুতৰ লুকাভাকু অাৰু বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি ৰাজ্যৰ বিভিন্ন স্থানত বহু লোকৰ মৃত্যুৰ বিৰুদ্ধে বিজনীত প্ৰতিবাদ। আমছুৰ কেন্দ্ৰীয় সমিটিৰ সাধাৰন সম্পাদক ৰেজাউল কৰিম সৰকাৰৰ নেতৃত্বত বিজনী জিলা অামছুয়ে শক্তি মন্ত্ৰী পল্লৱ লোচন দাসৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। মন্ত্ৰীজনৰ প্ৰতিকৃতি বাইকৰ পিছফালে বান্ধি চোচৰাই লৈ গৈ প্ৰতীকি ফাঁচী দিয়ে প্ৰতিবাদকাৰীসকলে।

Related Articles

Leave a Reply

Close