অসম

ৰহাত এটা পৰিয়াল সন্ধানহীন

প্ৰথম খবৰ, ৰহা: ৰহাৰ প্ৰমিলা-পুঠিমাৰিত এই ঘটনা। মায়ঙৰ পৰা পুঠিমাৰিৰ শহুৰেকৰ ঘৰলৈ আহিছিল স্বামী, স্ত্ৰী, কন্যা। মংগলবাৰে শহুৰেকৰ ঘৰৰ পৰা নিজ গৃহলৈ ওভতাৰ পথত নিৰুদ্দেশ হয় পৰিয়ালটো। সন্ধানহীন ব্যক্তি কেইজন হ’ল-সুনীল বিশ্বাস, পত্নী তুলসী বিশ্বাস আৰু এবছৰীয়া কন্যা পায়েল বিশ্বাস।

Related Articles

Leave a Reply

Close