অসম

তেজপুৰৰ উষা নগৰত অঘটন

প্ৰথম খবৰ, তেজপুৰ: নিজৰ ব্যক্তিগত বন্দুক ছাফাই কৰি মৃত্যুক সাৱতিলে এজনে। তেজপুৰৰ উষা নগৰৰ নিবাসী তথা ব্যৱসায় শৰৎ নেওগে নিজৰ ব্যক্তিগত ব্যৱহাৰ কৰা বন্দুক ছাফা  কৰি থকাৰ কালত আকস্মিকভাৱে ফুটি যায়। ফলত বন্দুকৰ গৰাকী শৰৎ নেওগ (৬২) আকস্মিকভাৱে মৃত্যুক সাৱতি লয়। বন্দুকৰ গুলি গৈ নেওগৰ পেটত সোমাই, ফলত গুলীবৃদ্ধ হৈ পৰে ।লোকজনক মিছন হাস্পতালত ভৰ্তি কৰা হয় যদিও আকস্মিকভােৱ মৃত্যুক সাৱতি লয়।

Related Articles

Leave a Reply

Close