অসম

ওদালগুৰিত সাত শিশু শ্ৰমিক উদ্ধাৰ

প্ৰথম খবৰ,ওদালগুৰি: ওদালগুৰি আৰক্ষীয়ে আজি এক অভিযান চলাই ওদালগুৰি চহৰৰ বিভিন্ন ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা সাতজন শিশু শ্ৰমিক উদ্ধাৰ কৰে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ অধীনত আৰক্ষীয়ে এই অভিযান চলাই। পিছত অভিভাৱকৰ হাতত শিশু শ্ৰমিক কেইজনক চমজাই দিয়ে।

Related Articles

Leave a Reply

Close