অসমবানপানী ২০১৭শীৰ্ষ
অসমৰ বান পৰিস্থিতৰ বুজ ল’লে প্ৰধানমন্ত্ৰীয়ে

নিউজ ডেস্ক, প্ৰথম খবৰ: অসমৰ ভয়াবহ বান পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেৰে হোৱা এক টেলিফোনিক বাৰ্তাত বান পৰিস্থিতিৰ সকলো কথা প্ৰধানমন্ত্ৰীক বিস্তৃতভাৱে অৱগত কৰোৱা হয়।
কেন্দ্ৰৰ পৰা সকলো সহায়-সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে প্ৰধানমন্ত্ৰীয়ে।