অসম

উত্তৰ-পূৱ ৰে’লযাত্ৰীৰ বাবে দুঃখবৰ

প্ৰথম খবৰ, নিউজ ডেক্স: উত্তৰ-পূৱ ৰে’লযাত্ৰীৰ বাবে দুঃখবৰ। ২০ আগষ্টলৈ নচলে উত্তৰ- পূৱৰ দূৰণিবটীয়া ৰে’লসমূহ। উত্তৰ-পূৱ যাত্ৰীৰ বাবে দালখোলাৰ পৰা দৈনিক দুখনকৈ বিশেষ ৰে’ল চলাচল কৰিব বুলি এনএফ ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই জানিবলৈ দিয়ে। ৰে’ল যাত্ৰীসকলে তাৰ বাবে আহিব লাগিব দালখোলালৈ। মালদহ, কাটিহাৰত আৱদ্ধ যাত্ৰীসকলৰ বাবে ২খনকৈ বিশেষ ৰে’লসেৱা প্ৰদান কৰাৰ কথা ঘোষণা কৰে ৰে’ল কৰ্তৃপক্ষই।

Related Articles

Leave a Reply

Close