অসম

কলিয়াবৰত বান সাহাৰ্য প্ৰদান

প্ৰথম খবৰ, বঢ়মপুৰ: অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি অভিজ্ঞতা আঁচনিৰ অধীনৰ চিলঙনীস্থিত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ স্নাতক শেষান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰী সকলে আজি কলিয়াবৰৰ বানপীড়িতসকলৰ মাজত সাৰ্হায বিতৰণ কৰে। গৱেষণা কেন্দ্ৰটোৰ অধীনৰ ৩৩জন ছাত্ৰ-ছাত্ৰীয়ে নিজা অৰ্থৰে ক্ৰয় কৰা খাদ্য সামগ্ৰী আৰু পানী বটল আজি বানপীড়িতসকলৰ মাজত বিতৰণ কৰে। ছাত্ৰ-ছাত্ৰী সকলে চক্ৰ বিষয়া কাৰ্যালয়ৰ সহযোগত কলিয়াবৰ শংকৰদেৱ শিশু নিকেতনত বাহৰ পাতি থকা ৩৩ টা পৰিয়ালৰ লগতে কলিয়াবৰ পঞ্চায়ত কাৰ্যালয়ত থকা বানপীড়িত সকলক সাহাৰ্য বিতৰণ কৰে।

Related Articles

Leave a Reply

Close