অসম
কাজলগাঁৱত অগ্নিশিখা প্ৰজ্বলন

প্ৰথম খবৰ, কাজলগাঁও: চিৰাঙৰ বাসুগাঁও আৰু বিজনীতো সদৌ অসম ছাত্ৰ সন্থাৰ বাসুগাঁও আৰু বিজনী আঞ্চলিক সমিতিয়ে অসম চুক্তিৰ ৩২ বছৰ সম্পূৰ্ণ হোৱা প্ৰাকক্ষণত ৩২ গছি অগ্নি শিখা প্ৰজ্বলন কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সকিয়নী প্ৰদান কৰে। যিহেতু চৰকাৰে অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কোনোধৰণৰ গুৰুত্ব প্ৰদান নাই কৰা ।