অসম

খিলঞ্জীয়াৰ সুৰক্ষাৰ দাবীত আছু আৰু প্ৰাক্তন আছুৰ তেজপুৰত জোঁৰ সমদল

প্ৰথম খবৰ, তেজপুৰ: তেজপুৰ প্ৰাক্তন ছাত্ৰ ঐক্য মঞ্চ আৰু শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে খিলঞ্জিয়া লোকৰ সুৰক্ষাৰ দাবী আহ্বান জনোৱা জোঁৰ সমদল তেজপুৰতো পালন কৰে ।

প্ৰাক্তন ছাত্ৰ ঐক্য মঞ্চ আৰু আছু জিলা সমিতিৰ দুই শতাধিক কৰ্মীৰ লগতে প্ৰাক্তন আলফা সমন্বৰক্ষী সমিতি, অসম জাতীয়তাবাদী যুৱ পৰিষদ, যুৱ সন্মিলন, আমছু আদিকে ধৰি ছয়টা সংগঠনে তেজপুৰ সাহিত্য সভা ভৱনৰ পৰা সমদল কৰি তেজপুৰ চহৰ পৰিভ্ৰমণ কৰি তেজপুৰ আদালত চাৰিআলিত সামৰণি পেলাই।

Related Articles

Leave a Reply

Close