অসম

খৈৰাবাৰীৰ বিভিন্ন ঠাইত স্বাধীনতা দিৱস পালন

প্ৰথম খবৰ,খৈৰাবাৰী: ওদালগুৰি জিলাৰ বৃহত্তৰ খৈৰাবাৰী অঞ্চলটোতো আজি দেশৰ ৭১ তম স্বাধীনতা দিৱসটি ধূম ধামেৰে উদযাপন কৰা দেখা গল। ভেৰগাঁও মহকুমা সদৰ কাৰ্যালয়, খৈৰাবাৰী অঞ্চলৰ আগশাৰীৰ শৈক্ষিক অনুষ্ঠান খৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, খৈৰাবাৰী মহাবিদ্যালয় আদি কৰি বিভিন্ন শিক্ষানুষ্ঠান, বিভিন্ন চৰকাৰী কাৰ্যালয়-প্ৰতিষ্ঠান, বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান,স্বেচ্ছাসেৱী সংগঠনকে আদি কৰি ব্যক্তিগত বাসগৃহলৈকে সকলোতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা দেখা গ’ল।

Related Articles

Leave a Reply

Close