অসম

ঘিলামৰা আৰু ধেমাজিৰ মাজত যোগাযোগ সম্পূৰ্ণ ৰূপে বিচ্ছিন্ন হৈ পৰা আশংকা

প্ৰথম খবৰ, ঢকুৱাখনা: নেৰানেপেৰা বৰষুণৰ ফলত জীয়াধল আৰু কুমতীয়া নৈৰ জলপৃষ্ঠ বৃদ্ধি। নৈৰ দুখনৰ কোবাল সোঁত বৈ থকাত শুগুমৰা জান – মণিপুৰি থানৰ মাজৰ এটা অংশত এটিয়া যাতায়াতৰ কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে । এনেকৈ যদি পানী পৰিমাণ বৃদ্ধি পাই থাকে তেনেহ’লে ঘিলামৰা আৰু ধেমাজিৰ মাজত যোগাযোগ সম্পূৰ্ণ ৰূপে বিচ্ছিন্ন হৈ পৰিব।

Related Articles

Leave a Reply

Close