অসম

চিচিবৰগাঁও উন্নয়ন খণ্ডত ৭১ সংখ্যক স্বাধীনতা দিৱস উদযাপন

প্ৰথম খবৰ, চিচিবৰগাঁওঃ সমগ্ৰ দেশৰ লগতে ধেমাজি জিলাৰ পুৰণি অঞ্চল বৃহত্তৰ চিচিবৰগাঁৱৰ উন্নয়ন খণ্ডত আজি ৭১ সংখ্যক স্বাধীনতা দিবস পালন কৰা হয়। অনুষ্ঠানত খণ্ড উন্নয়ন বিষয়া অৰুণ দাস উপস্থিত থাকে।

Related Articles

Leave a Reply

Close