অসম
চিলাপথাৰত জোঁৰ সমদল

প্ৰথম খবৰ, চিলাপথাৰ: মিচিং ছাত্ৰ সংগঠন টি এম পি কেৰ উদ্যোগত টি এম এম কে আৰু এম এম কেৰ চিলাপথাৰ আঞ্চলিকৰ সহযোগত আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজি জিলাৰ চিলাপথাৰতো জোঁৰ সমদলেৰে খিলঞ্জীয়াক উচ্ছেদ অভিযানৰ প্ৰতিবাদত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়৷