অসম

ডিৰাকত ন দিহিং নদীৰ জলপৃষ্ঠ বৃদ্ধি

প্ৰথম খবৰ,ডিৰাক: ডিৰাক চুমনি ন দিহিং নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত নদী কাষৰীয়া প্ৰায় ২০০ত কৈ অধিক পৰিয়াল বানৰ কৱলত পৰিছে । বানাক্ৰান্ত সকলক জিলা প্ৰশাসনে উদ্ধাৰ কৰি অস্থায়ী শিৱিৰত থকাৰ ব্যৱস্থা কৰিছে । তিনিচুকীয়া জিলা প্ৰশাসনে সকলো পক্ষকে সৰ্তক হৈ থাকিবলৈ অনুৰোধ জনাইছে । যিহেতু ন দিহিং নদীৰ জলপৃষ্ঠ বিপদ সীমা অতীক্ৰম কৰিছে । যিকোনো মূহুৰ্তত মথাউৰি ভাগিলে প্ৰায় ২৫ লাখ মানুহৰ জীৱনলৈ ভাবুকি আহিব।

Related Articles

Leave a Reply

Close