অসম
তিৱা লিবাৰেচন আৰ্মীৰ সদস্য আটক

প্ৰথম খবৰ,ৰহা: ৰহাত তিৱা লিবাৰেচন আৰ্মীৰ সদস্য আটক। সদস্যজনৰ নাম প্ৰাঞ্জল ডেকা। সদস্যজনে চহৰি গাঁও পঞ্চায়তৰ সভাপতি কনক নাথৰ পৰা ৮লাখ টকা দাবী কৰিছিল। দাবী কৰা ধন নিবলৈ আহোতেই আৰক্ষীৰ জালত পৰিল উগ্ৰপন্থী সদস্যজন।