অসম

তেজপুৰত জোঁৰ সমদল

প্ৰথম খবৰ, তেজপুৰ: ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ পবিত্ৰ সোৱৰণত আজি বিজেপি যুৱ মৰ্চাৰ সহযোগত জোঁৰ লৈ সমদল উলিওৱা হয়। বিজেপি যুৱ মৰ্চা নেতৃত্বত অনুষ্ঠিত হোৱা জোঁৰ সমদল তেজপুৰ চহৰৰ মাজমজিয়াত পৰিভ্ৰমণ কৰি ভাৰত ত্যাগ আন্দোলনৰ স্বতন্ত্ৰ সেনানীলৈ শতকোটি প্ৰণাম তথা শ্ৰদ্ধা নিবেদন কৰে।

Related Articles

Leave a Reply

Close