অসমশীৰ্ষ

তেজপুৰত বিবাহৰ প্ৰলোভন দি ছাত্ৰীক ধৰ্ষণ

প্ৰথম খবৰ, তেজপুৰ:বামপৰ্বতীয়াৰিৰ  এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক বিবাহৰ প্ৰলোভন দি এজন যুৱকে ধৰ্ষণ তথা দৈহিক সম্পক কৰে। ফলত ছাত্ৰী গৰাকী বৰ্তমান আঠমহিয়া অন্ত:সত্বা। ছাত্ৰী গৰাকীৰ এই ঘটনা পোহৰলৈ অহাত ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে কচাৰিগাও আৰক্ষী চকীত ২৫ জুনত এজাহাৰ দাখিল কৰিছিল । এই কথা গম পাই ধৰ্ষণ কাৰি তথা বিহগুৰি কলিতা গাৱৰ নিৱাসী কনক ডেকাৰ পুত্ৰ প্ৰশান্ত ডেকা ঘৰৰ পৰা পলায় যায় । আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত চলাই আছে যদিও বতমান সময়লৈকে ধৰ্ষণ কাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই ।

Related Articles

Leave a Reply

Close