অসম

দৰঙৰ ৰামহৰিত পথ দুৰ্ঘটনা

প্ৰথম খবৰ, মংগলদৈ / দেওমৰনৈ / খৈৰাবাৰী: দৰং জিলাৰ ৰামহৰিত পথ দুৰ্ঘটনা সংঘটিত হয়। গাড়ী পৰা নমাৰ লগে লগে পিছ ফালৰ পৰা অহা গাড়ীয়ে খুন্দা মৰাৰ ফলত ১০ বছৰীয়া ছোৱালী এজনী থিতাতে নিহত হয় আৰু ১৪ বছৰীয়া লৰা এজনক সংকটজনক অৱস্থাত মংগলদৈ অসামৰিক চিকিৎসালয়ত ততাতয়াকৈ ভৰ্তি কৰে।

Related Articles

Leave a Reply

Close