অসম

ধুবুৰীত প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ মুকলি

প্ৰথম খবৰ, ধুবুৰী: আজি ধুবুৰী জিলাৰ বিলাসীপাৰাৰ পূৱ সমষ্টিৰ চাপৰ শালকোচা ব্লকৰ অন্তৰ্গত টিলাপাৰাত ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ’ৰ প্ৰথমটো ঘৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে শুভ উদ্বোধন কৰে।  শুভ অনুষ্ঠানত ধুবুৰী জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া আৰু খণ্ড উন্নয়ন বিষয়া উপস্থিত থাকে।

Related Articles

Leave a Reply

Close