অসম

ধুবুৰীৰ বানাক্ৰান্ত ৰাইজক সাহাৰ্য বিতৰণ

প্ৰথম খবৰ, ধুবুৰী: আজি অগপ ধুবুৰী জিলা সমিতিৰ তৰফৰ পৰা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য এ এ এম ইনামুল হকৰ নেতৃত্বত কাছাৰীহাট, ডুৰাহাটী, ৰৌৱা, বালাডোবা, গাছপাৰা, ধৰ্ম্মশালা আঞ্চলিকবোৰত গৈ বানাক্ৰান্ত ৰাইজক চাফাই কাৰ্যৰ বাবে লাগতিয়াল সামগ্ৰী বিতৰণ কৰা হয় ।

Related Articles

Leave a Reply

Close