অসম

নগাঁও কাণ্ডৰ প্ৰতিবাদ, ২৮ আগষ্টত ১২ ঘণ্টীয়া মাৰ্ঘেৰিটা মহকুমা বন্ধ

প্ৰথম খবৰ, নিউজ ব্যুৰ’: নগাঁও কাণ্ডৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে ২৮ আগষ্টত পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে ১২ ঘণ্টীয়া মাৰ্ঘেৰিটা মহকুমা বন্ধ কাৰ্যসূচী ঘোষণা কৰিছে। সংগঠনটোৰ জিলা সভাপতি অৱনী চলিহা আৰু সম্পাদক সোভন দাসে এক প্ৰেছ বিবৃতিৰ দ্বাৰা এই ঘোষণা কৰিছে ।

Related Articles

Leave a Reply

Close