অসম

নগাঁৱত শিল কঢ়িওৱা ডাম্পাৰ জব্দ

প্ৰথম খবৰ, বঢ়মপুৰ: নগাঁও জিলাৰ ফুলগুৰিত আজি বন বিভাগে এখন শিল ভৰ্ত্তি ড্ৰাম্পাৰ জব্দ কৰে। জানিব পৰা মতে, নগাঁও জিলাৰ আমনিৰ পৰা শিল কঢ়িয়াই অনা এ এচ-০১-ডি চি-৭৪৮৭ ড্ৰাম্পাৰ গাড়ীখন নগাঁও সদৰ বনাঞ্চলিক বন বিষয়া নেপা মণ্ডলৰ নেতৃত্বত যোৱা এটা বন কৰ্মীৰ তহলদাৰী দলে পিছা কৰি অৱশেষত ফুলগুৰিত জব্দ কৰে। সম্প্ৰতি গাড়ীখন নগাঁও সদৰ বনাঞ্চলিক কাৰ্যালয়ত আছে বুলি বন বিভাগৰ সুত্ৰৰ পৰা জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close