অসম

নগাঁৱৰ দক্ষিণপাটত জোৰ সমদল

প্ৰথম খবৰ, কামপুৰ: নগাওঁ চহৰৰ পানীগাঁৱৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত বান সাহাৰ্য বিচাৰি যোৱা প্ৰাক্তন আলফাৰ এটা দলক আক্ৰমণ কৰা ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে। আজি নগাঁও জিলাৰ নগাঁও সদৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত দক্ষিণপাটত স্থানীয় ৰাইজৰ উদ্যোগত এক জোৰ সমদল বাহিৰ কৰে। প্ৰায় দুই শতাধিক লোকে অংশগ্ৰহণ কৰা জোৰ সমদলটোত সমদলকাৰীয়ে ৰাজেন গোহাঁই মুন্দাবাদ,খীলঞ্জীয়াৰ ওপৰত অত্যাচাৰ নচলিব,পৰেশ বৰুৱা জিন্দাবাদ আদি ধ্বনি দিয়ে।

Related Articles

Leave a Reply

Close