অসমশীৰ্ষ

পবিতৰা অভয়াৰণ্যৰ ৮০ শতাংশ পানীৰ তলত : মহিলাৰ মৃত্যু

প্ৰথম খবৰ,মায়ং: মায়ঙৰ ১৪২ খন ৰাজহ গাঁওৰ ১,৩২,৭৭৪ জন লোক আক্ৰান্ত। অঞ্চলটোৰ চাৰিওফালে বানৰ ভয়ংকৰ ৰূপ। ইপিনে পবিতৰা অভয়াৰণ্যৰো ৮০ শতাংশ এলেকা জ্বলমগ্ন। ২২টাকৈ বন শিবিৰ বানৰ কবলত। বন্য জন্তুৰ হাহাকাৰ। বানে ধোৱা পকৰিয়া মৌজাৰ পথ পথাৰ একাকাৰ। আনহাতে, জয়ন্তী বৰদলৈ নামৰ ৪৫ বছৰীয়া মহিলা এগৰাকীৰ বানত ডুবি মৃত্যু হয়। কোৱাৰগাঁওত ঘৰ আছিল মৃত মহিলা গৰাকীৰ।

Related Articles

Leave a Reply

Close