অসম

বগীজানত বিনামূলীয়া চকু চিকিৎসা শিবিৰ

প্ৰথম খবৰ, মুৰফুলনি: গোলাঘাট জিলাৰ মুৰফুলনি সমীপৰ বগীজান চাৰিআলিত আজি এক বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায়। একল অভিযান গোলাঘাট অঞ্চলৰ উদ্যোগত আৰু চতিয়না পথাৰ ব্যৱসায় সমিতিৰ সহযোগত যোৰহাটৰ লায়ন্স হাস্পটালৰ চিকিৎসকৰ দলে পুৱা ১০ মান বজাৰ পৰা চিকিৎসা সেৱা আগবঢ়ায়। মুঠ ১৯১ জন ৰোগীক চকুৰ পৰীক্ষা কৰাৰ লগতে চকুত চামনি পৰা ১৬ গৰাকী ৰোগীক বিনামূলীয়াকৈ লায়ন্স হাস্পটালত অস্ত্রোপচাৰ কৰা হ’ব বুলি জিলা অভিযান প্ৰমুখ লক্ষ্যজিত গগৈয়ে জানিবলৈ দিছে।

Related Articles

Leave a Reply

Close