অসম

বাজিয়াগাঁৱত জিলা উপায়ুক্ত সমচেৰ সিঙৰ উপস্থিতিত আইটিচি আৰু চিআইআইৰ বানাক্ৰান্ত ৰাইজক ৰিলিফ বিতৰন

প্ৰথম খবৰ, ৰূপহীহাট: নগাঁও জিলাৰ চামগুৰি সষ্টিৰ বাজিয়াগাঁও ব্লকৰ অধীনত বহু কেইটা গাঁও বানৰ কবলত পৰিছে ৷ এই বানাক্ৰান্তসকলক সকাহ দিযাৰ কাৰণে আগবাঢ়ি আহিছে আইটিচি আৰু চিআইআই ৷ আজি বাজিগাঁও বানাক্ৰান্ত অঞ্চলত নগাঁও জিলা উপাযুক্ত সমচেৰ সিং, চামগুৰি ৰাজহ চক্ৰ বিষয়া সজ্ঞীৱ দলৈ, কলিযাবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া, সাধাৰন সম্পাদক বিৰাজ কুমাৰ নন্দি, আইটিচি আৰু চিআইআইৰ বিষযববীয়াসকলৰ উপস্থিত ৰিলিফ বিতৰণ কৰা হয়৷ বানাক্ৰান্ত ৰাইজক আটা, বিস্কুট আৰু খাদ্য সামগ্ৰী বিতৰণ কৰে। আইটিচি আৰু চি আইআইয়ে বানাক্ৰান্ত অঞ্চলত আহি সকাহ দিয়াত বানাক্ৰান্ত ৰাইজে শ’লাগ লৈছে ৷

Related Articles

Leave a Reply

Close