অসম

বালিপৰাত শোণিতপুৰ জিলা সাংবাদিক সন্থাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

প্ৰথম খবৰ, বালিপৰা: শোণিতপুৰ জিলা সাংবাদিক সন্থাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা আজি বালিপৰাত অনুষ্ঠিত হয়। জিলা সাংবাদিক সন্থাৰ সভাপতি আনোৱাৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাত সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথ, কেন্দ্ৰীয় সম্পাদক নকুল তালুকদাৰ, জিলা সম্পাদক পংকজ নাথ, কেন্দ্ৰীয় উপ-সভাপতি ৰাজেশ দত্তৰ লগতে বালিপৰা প্ৰেছ ক্লাবৰ সকলো সাংবাদিক উপস্থিত থাকে।

Related Articles

Leave a Reply

Close