অসম

মংদলদৈ পৌৰসভাৰ সামূহিক পদযাত্ৰা

প্ৰথম খবৰ,মংগলদৈ/দেওমৰনৈ: দৰং জিলাৰ মংগলদৈ পৌৰসভাৰ উদ্যোগত আজি পৌৰসভা প্ৰাঙ্গণৰ পৰা ৭১ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে মংগলদৈ চহৰত সামূহিক পদযাত্ৰা উলিয়াই স্বচ্চ ভাৰত অভিযানৰ সজাগতাৰ উদ্দেশ্যে । পদযাত্ৰাত পৌৰসভাৰ পৌৰপতি প্ৰতাপ বৰদলৈ ৰ লগতে বহুতো ব্যক্তিয়ে অংশগ্রহণ কৰে ।

Related Articles

Leave a Reply

Close