অসমবিনোদনশীৰ্ষ

মাতৃ হ’ল আঙুৰলতা

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা বৰ্তমান বটদ্ৰৱা সমষ্টিৰ বিধায়কা আঙুৰলতা ডেকা এটি কন্যা সন্তানৰ মাতৃ হ’ল। ২০১৫ চনত আঙুৰলতাই বিবাহ-পাশত আবদ্ধ হৈছিল জনপ্ৰিয় অভিনেতা আকাশদ্বীপৰ সৈতে। ২০১৬ চনত বটদ্ৰৱা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ বিধায়কৰ ভুমিকা পালন কৰি আছে একালৰ মোহময়ী অভিনেত্ৰী গৰাকীয়ে।

Related Articles

Leave a Reply

Close