অসম

মায়ঙত চিকিৎসা শিৱিৰ উদ্বোধন বনমন্ত্ৰীৰ  

প্ৰথম খবৰ, মায়ং: বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম আজি উপস্থিত হয় পবিতৰা অভয়াৰণ্যত। অবিকল এন জি অ’ৰ উদ্যোগত আৰু ডালমিয়া চিমেণ্ট ফেক্টৰীৰ সহযোগত অনুষ্ঠিত চিকিৎসা শিৱিৰতো উদ্বোধন কৰে মন্ত্ৰী গৰাকীয়ে।

প্ৰমীলাই প্ৰথম খৱৰৰ আগত কয় যে, লফিকুল ইছ্লাম হত্যাকাণ্ডৰ আৰত ৰাজনৈতিক ষড়যন্ত্ৰ থাকিব পাৰে। লগতে কয় যে বিটিএডিতে কেৱল অবৈধ মাৰণাস্ত্ৰ নাই। অসমৰ চাৰিওফালে আছে।

Related Articles

Leave a Reply

Close