অসম

মায়ঙত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

প্ৰথম খবৰ, নিউজ ব্যুৰ’: মায়ঙৰ খলাভূআত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু। মৃত বোৱাৰী গৰাকীৰ নাম কয়েদবনু। স্বামী আব্দুল ৰাছিদ আৰু পৰিয়ালে মিলি হত্যা কৰা বুলি অভিযোগ তুলিছে কয়েড ভানুৰ পৰিয়ালে। আৰক্ষীৰ লোক ঘটনাস্থলীলৈ ৰাওনা।

Related Articles

Leave a Reply

Close