অসমশীৰ্ষ

মৈৰাবাৰীত নিচাজাতীয় সামগ্ৰীসহ আটক ১

প্ৰথম খবৰ, মৈৰাবাৰী: মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভুপেন কলিতাই যোৱা নিশা বজাৰৰ সমীপৰ পৰা ২৪ টা কফ ছিৰাপৰ বটলসহ এজন লোকক আটক কৰে। আটকাধীন লোকজন নগাঁও জিলাৰ ধিং থানাৰ ছফিকুল ইছলাম (২০) বুলি আৰক্ষী সুত্ৰত প্ৰকাশ।

Related Articles

Leave a Reply

Close