অসমশীৰ্ষ

লাকুৱাৰ অ এন জি চি ৰীগত অগ্নিকাণ্ড

প্ৰথম খবৰ, শিমলুগুৰি/ নাজিৰা: স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত লাকুৱা অএনজিচিৰ জি জি এচত ভয়ংকৰ বিস্ফোৰন। বিস্ফোৰণৰ ফলত প্ৰচণ্ড অগ্নিকাণ্ড সংঘটিত হয়। জুইৰ লেলিসা এই বিস্ফোৰণৰ ফলত ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপিহে ৰক্ষা পৰে কেইবাখনো গাঁও।

তৎক্ষনাৎ অএনজিচিৰ অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই লেলিহান শিখা নিৰ্বাপক কৰিবলৈ সক্ষম হয়। অএনজিচিৰ মেঘা কোম্পানীয়ে জি জি এচটোত কাম কৰি থকা অৱস্থাতে এনে কাণ্ড সংঘটিত হয়। ক’ৰ পৰা কেনেকৈ এই প্ৰচণ্ড অগ্নিকাণ্ড হ’ল বৰ্তমান সময়লৈকে উলিয়াব পৰা নাই।

Related Articles

Leave a Reply

Close